Install App
hellobjb
This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও জিলা কাৰাগাৰৰ পৰা দুটাকৈ কয়দী পলায়নৰ পিছত কৰ্তব্যত গাফিলতি অভিযোগত দুজনক নিলম্বন কৰিছে কাৰাগাৰ কৰ্তিপক্ষয়
Marigaon, Morigaon | Aug 21, 2025
২০ আগষ্ট নিশা মৰিগাঁও জিলা কাৰাগাৰৰ পৰা দুটা কয়দী পলায়ন সময়ত কৰ্তব্যত নিয়োজিত দুজনক নিলম্বন। গৃহ বিভাগৰ আয়ুক্ত দিগন্ত বৰাই মৰিগাঁও জিলা কাৰাগাৰত উপস্থিত হৈ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ পিছতেই কৰা হৈছে নিলম্বন। নিলম্বিত দুই জেল কৰ্মচাৰী হৈছে মুখ্য কাৰা পহৰী দেৱী চেত্ৰী আৰু কাৰা পহৰী বিপুল ইংটি। গুৱাহাটী ৰেঞ্জৰ জেলৰ DIG এ নিলম্বন কৰিছে ২০ আগষ্ট নিশা পহৰাৰ দায়িত্বত থকা দুয়োজনকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!