This browser does not support the video element.
ধুবুৰী ভাগ: অসম বংগ সীমান্তৰ বক্সীৰহাটত বৃহৎ পৰিমাণৰ ফেন্সিডাইল সহ চাৰিজন আটক
Dhubri Part, Dhubri | Sep 4, 2025
বক্সিৰহাট আৰক্ষীয়ে WB 63 B / 5508 নম্বৰৰ বলৰো পিকআপ ভেন আটক কৰি তালাচী চলায়। আৰক্ষীৰ তালাচীত বাহনৰ পৰা ১৯,৫০০ টা ফেন্সিডাইলৰ বটল উদ্ধাৰ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত চাৰিজনক আটক কৰে। ধৃত চাৰি ক্ৰমে কাৰ্তিক বৰ্মন, প্ৰেমানন্দ বৰ্মন, ৰতন ৰায় আৰু তালা ৰায়। আৰক্ষীয়ে ধৃত চাৰিজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।