Download Now Banner

This browser does not support the video element.

নগাঁও: কলংৰ দাতিত চৰকাৰী মাটি নগাঁৱত অবৈধ দখল ব্যৱসায়িক প্ৰতিষ্ঠানৰ , স‌ংবাদ মাধ্যমত প্ৰতিক্ৰিয়া সচেতন লোকৰ

Nagaon, Nagaon | Aug 26, 2025
ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ আৰম্ভ হৈছে । কিন্তু দখলকাৰীৰ কবলত বোৱতী কলং নৈ । সলনি হৈছে কলঙৰ গতিপথ।কলং গতিপথ সলনি হোৱাৰ পিছত ইউ টাৰ্ণ লোৱা পৰিলক্ষিত হৈছে । ব্যৱসায়িক প্ৰতিষ্ঠানে ২০ আৰু ২৯ নং দাগ বেদখল কৰাৰ অভিযোগ। জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালে স্থানীয় ৰাইজৰ
Read More News
T & CPrivacy PolicyContact Us