Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমাত মহিলা নেত্ৰী আৰু লাচিত সেনাৰ নেতাৰ বিৰুদ্ধে ৰাজহুৱা সভা

Doom Dooma, Tinsukia | Aug 26, 2025
সোমবাৰে দুপৰীয়া প্রায় ২ বজাত ডুমডুমা শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত এক ৰাজহুৱা সভাত ডুমডুমাৰ জন জীৱনক অস্থিৰ কৰি ৰখাৰ অভিযোগ আনি ডুমডুমাৰ এগৰাকী মহিলা সমিতিৰ সভানেত্ৰী আৰু বীৰ লাচিত সেনাৰ ডুমডুমাৰ এগৰাকী নেতাৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰে । বিগত প্ৰায় ২০ বছৰ ধৰি ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত থকা ববী বৰা আৰু ডুমডুমাৰ বীৰ লাচিত সেনাৰ নেতা অভিশেষ বৰাৰ বিৰুদ্ধে ডুমডুমাৰ প্ৰায় ২০ টাকৈ জাতীয়-জনগোষ্ঠীয় আৰু সামাজিক অনুষ্ঠানে
Read More News
T & CPrivacy PolicyContact Us