This browser does not support the video element.
ওদালগুৰি: গেৰুৱা গাঁৱত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰে বিটিআৰৰ ইএম দিগন্ত বৰুৱাই
Udalguri, Udalguri | Aug 24, 2025
মুদৈবড়ী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গেৰুৱা গাঁৱত মেকেঞ্জী পথৰ পৰা গেৰুৱা গাৱঁলৈ যোৱা পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। উক্ত পথটো আনুষ্ঠানিক ভাৱে নিৰ্মানৰ আধাৰশিলা স্থাপন কৰি ৰাইজৰ সতে মত বিনিময় কৰে বিটিআৰৰ ইএম দিগন্ত বৰুৱাই। আনহাতে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে মুদৈবড়ী মণ্ডল বিজেপিৰ সভাপতি নৱৰাজ বৰুৱা, বিজেপিৰ সক্ৰিয় কাৰ্য্যকৰ্তা দুলেন নাথ, আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, দলীয় কাৰ্যকৰ্তা আৰু অঞ্চলৰ ৰাইজৰ লগতে আই মাতৃ সকল উপস্থিত থাকে।