This browser does not support the video element.
নগাঁও: ৰহা টোলগেটৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা,টোলকৰ দিবলৈ ৰৈ থকা বাহনত খুন্দা চাৰিচকীয়া বাহনৰ,আঘাতপ্ৰাপ্ত তিনিজনক চিকিৎসালয়ত ভৰ্তি
Nagaon, Nagaon | Aug 31, 2025
ৰহা টোলগেটৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা। টোলকৰ দিবলৈ ৰৈ থকা বাহনত খুন্দা চাৰিচকীয়া বাহনৰ । দেওবাৰে বিয়লি প্ৰায় এক মান বজাত সংঘটিত হয় দূৰ্ঘটনাটো। তিনিখনকৈ বাহনৰ সংঘৰ্ষৰ ফলত আঘাতপ্ৰাপ্ত এটি শিশু, এগৰাকী মহিলা আৰু এজন লোক।আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । উল্লেখ্য যে টোলকৰ দিবলৈ শাৰীত ৰৈ আছিল AS 01BV 7321 নম্বৰৰ এখন বলেন’ বাহন৷ বলেন’খনৰ পিচতে ৰৈ আছিল AS 03AA 4384 নম্বৰৰ এখন বাহন ৷ ঠিক সেই সময়তে গুৱাহাটীৰ প