Download Now Banner

This browser does not support the video element.

সোণাৰি: শিঙৰিতলী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা আগন্তুক কৰম পৰবৰ লাইখোটা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে

Sonari, Charaideo | Sep 12, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ কাষৰীয়া নৱ গঠিত মাহমৰা সমষ্টিৰ কৰম পৰবৰ লাইখোটা স্থাপন অনুষ্ঠান অনুষ্ঠিত।আগন্তুক ২১ চেপ্টেম্বৰত চৰাইদেউ জিলাৰ মাহমৰা শিঙৰিতলী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা কৰম পৰবৰ আজি লাইখোটা স্থাপন কৰে কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মন্ত্ৰী গৰাকীৰ লগতে অসম গণ পৰিষদ দলৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি নাৰায়ণ লাহনো উপস্থিত থাকে। আজি এই কৰম পূজাৰ পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন ৰাইজ, স্থানীয় গন্য
Read More News
T & CPrivacy PolicyContact Us