Download Now Banner

This browser does not support the video element.

মৰিগাঁও: কাৰাগাৰৰ পৰা পলায়ন কৰা দুই কয়েদীক গ্ৰেপ্তাৰ কৰা পিছতে আৰক্ষী অধীক্ষক কাৰ্যালয়ত মন্তব্য প্ৰকাশ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ

Marigaon, Morigaon | Aug 27, 2025
কাৰাগাৰৰ পৰা পলায়ন কৰা দুই কয়েদী গ্ৰেপ্তাৰ কৰা পিছতে আৰক্ষী অধীক্ষক কাৰ্যালয়ত মন্তব্য প্ৰকাশ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ। মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশনাত মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীকৰণ বৈশ্য নেতৃত্বত কৰ্ণাটকৰ চিক্কামালোৰো পৰা কৰ্ণাটকৰ আৰক্ষী সহযোগত ধৰিবলৈ সক্ষম হয়।যোৱা ২০আগষ্টত মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল ।
Read More News
T & CPrivacy PolicyContact Us