Download Now Banner

This browser does not support the video element.

বৰপেটা: বৰপেটাৰোড পৌৰসভাই মুকলি কৰিলে Road sweeper Meching

Barpeta, Barpeta | Sep 25, 2025
বৰপেটাৰোড পৌৰসভাই মুকলি কৰিলে Road sweeper Meching । আজি বৰপেটাৰোডৰ আমতলত বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ সৰকাৰে মুকলি কৰিলে  Road sweeper Meching । আজিৰে পৰা বৰপেটাৰোডৰ পথবোৰ আৰু লেতেৰা হৈ নেথাকে। আজি বৰপেটাৰোড পৌৰসভাই মুকলি কৰিলে Road sweeper Meching  উদ্বোধনিত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বৰপেটাৰোড পৌৰসভাৰ সদ্স্যা সকলে ।
Read More News
T & CPrivacy PolicyContact Us