Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: বচাচুৱাত বিবাহিত মহিলাৰ সৈতে অভিসাৰ কৰি হাতে-লোটে ধৰা পৰিল যুৱক, ৰাইজে একেলগে বান্ধি থ’লে অভিসাৰত লিপ্ত দুয়োকে

Mangaldoi Part, Darrang | Sep 9, 2025
বিবাহিতা মহিলাৰে অভিসাৰ কৰি হাতে-লোটে ধৰা পৰিল যুৱক। ৰাইজে একেলগে বান্ধি থ’লে অভিসাৰত লিপ্ত দুয়োকে এই ঘটনা ছিপাঝাৰৰ বচাচুবাৰ।এগৰাকী বিবাহিত মহিলাৰে দীৰ্ঘদিনে অবৈধ সম্পৰ্কত লিপ্ত হৈ আহিছিল এজন‌ যুবক।ছিপাঝাৰ আৰক্ষীক আটক কৰে অবৈধ কাৰ্য্যত লিপ্ত থকা দুই পুৰুষ মহিলাক
Read More News
T & CPrivacy PolicyContact Us