Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ , অংশগ্ৰহণ পৰ্যালোচনা বৈঠকত

Mankachar, South Salmara-Mankachar | Aug 24, 2025
ৰবিবাৰে দিনৰ ২:৩০ বজাত হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ত সভাকক্ষত উপস্থিত হয় মন্ত্ৰী অজন্তা নেওগ।মন্ত্ৰী গৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপস্থিত হৈ অংশগ্ৰহণ কৰে এখন পৰ্যালোচনা বৈঠকত। উল্লেখ্য যে মূখ্য মন্ত্ৰীয়ে সম জিলা সম উন্নয়ণৰ নিৰ্দেশৰ পিছতেই দক্ষিণ শালমাৰা মানকাচৰ জিলাত এজনৰ পিছত আনজনকৈ অসম চৰকাৰৰ মন্ত্ৰী সকলে অহা আৰাম্ভ কৰিছে ।
Read More News
T & CPrivacy PolicyContact Us