Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: উদণ্ড এদল ছাত্ৰৰ আক্ৰমণত অষ্টম শ্ৰেণীৰ পশ্চিম যোৰহাটৰ এজন ছাত্ৰ আহত হোৱাৰ অভিযোগ পৰিয়ালৰ , JMCH ত ভৰ্তি

Jorhat West, Jorhat | Sep 3, 2025
উদণ্ড এদল ছাত্ৰৰ আক্ৰমণত অষ্টম শ্ৰেণীৰ পশ্চিম যোৰহাটৰ এজন ছাত্ৰ আহত হোৱাৰ অভিযোগ পৰিয়ালৰ । JMCH ত ভৰ্তি । যোৰহাটৰ এখন বিদ্যালয়ত অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক বিদ্যালয়ৰে একাংশ ছাত্ৰই প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ছাত্ৰ জনক। মাতৃৰ অভিযোগ যে পূৰ্বৰে পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ জনক ভাবুকি দিছিল ।
Read More News
T & CPrivacy PolicyContact Us