This browser does not support the video element.
বালিজানা: ময়লাপথাৰ পইণ্টৰ দোকান তো চলিল জিলা প্ৰশাসনৰ বুলডজাৰ
Balijana, Goalpara | Aug 23, 2025
ময়লাপথাৰ পণ্টৰ দোকান তো চলিল জিলা প্ৰশাসনৰ বুলডজাৰ। ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত এলেকা তথা মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাৰ ময়লাপথাৰ পইণ্টত কেবাটাও দোকান পোহাৰ আছিল। কেইদিনমান পুৰ্বে জিলা প্ৰশাসনে উচ্ছেদৰ বাবে জাননী দিয়া হৈছিল। আজি জিলা প্ৰশাসনে বুলডজাৰ লগাই গোৱালপাৰা মাটিয়া পথৰ দাঁতিত থকা দোকান সমুহ ভাঙি দিয়ে। এফালৰপৰা দোকান সমুহ ভাঙি পেলোৱাত আতংকিত হৈ পৰিছে দোকানী সকলে। কিয়নো এই দোকান সমুহ আছিল এইসকল লোকৰ উপাৰ্জনৰ একমাত্ৰ পথ।