Download Now Banner

This browser does not support the video element.

তামুলপুৰ: দৰঙাজুলিৰ বিভিন্ন ঠাইত বিধায়কৰ উপস্থিতিত শতাধিক পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে যোগদান কৰে 𝐔𝐏𝐏𝐋 দলত

Tamulpur, Baksa | Sep 9, 2025
মঙলবাৰে বিয়লি প্ৰায় চাৰি মান বজাত দৰঙাজুলিৰ বিভিন্ন ঠাইত শতাধিক পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে যোগদান কৰে 𝐔𝐏𝐏𝐋 দলত । বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত যোগদান কৰে 𝐔𝐏𝐏𝐋 দলত পুৰুষ মহিলাই । উল্লেখ্য যে সমাগত বিটিআৰ নিৰ্বাচনক লৈ শাসক বিৰোধী ৰাজনৈতিক দলৰ নেতা কৰ্মী সকলে নিজৰ শক্তি বৃদ্ধি কৰিবলৈ দিনে নিশাই চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।
Read More News
T & CPrivacy PolicyContact Us