This browser does not support the video element.
বালিজানা: চহৰৰ শাস্ত্ৰীনগৰত প্ৰয়াত গায়ক সমৰ কাশ্যপৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়
Balijana, Goalpara | Sep 2, 2025
চহৰৰ শাস্ত্ৰীনগৰত প্ৰয়াত গায়ক সমৰ কাশ্যপৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। লৱাৰ আছাম ছাউণ্ড এচোছিয়েচনৰ গোৱালপাৰা জিলা সমিতি আৰু গোৱালপাৰা জিলা সংগীত কৰ্মীৰ যৌথ উদ্যোগত চহৰৰ শাস্ত্ৰী নগৰ তিনিআলিত প্ৰয়াত গায়ক-সুৰকাৰ সমৰ কাশ্যপ ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। যোৱা ২৪ আগষ্টত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গোৱালপাৰাৰ শাস্ত্ৰীনগৰস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰয়াত শিল্পী গৰাকীয়ে ।সমৰ কাশ্যপ একেদৰে গায়ক, সুৰকাৰ গীতিকাৰ আছিল।