Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: বাতাবাৰীত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত কেন্দ্ৰীয় বিপিএফৰ উপ সভাপতি শুদ্ধ বসুমতাৰী

India | Aug 30, 2025
আজি চিৰাং জিলাৰ বাতাবাৰীত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয়, আজিৰ এই যোগদান সভাত দুই শতাধিক লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত কেন্দ্ৰীয় বিপিএফৰ উপ সভাপতি শুদ্ধ বসুমতাৰী সহ চিৰাং জিলা বিপিএফৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us