Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জত আক্ৰাছুৰ প্ৰতাৰনা দিৱস পালন

Dhubri Part, Dhubri | Aug 28, 2025
গোলকগঞ্জত বিভিন্ন স্থানত উৰিল কলা পতাকা। ঐতিহাসিক মাৰ্জাৰ চুক্তি ৭৬ বছৰ পিছতো বাস্তৱায়িত নোহোৱাৰ ফলত আক্ৰাছুৰ প্ৰতাৰনা দিৱস পালন । ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত গোলকগঞ্জৰ সম জিলা কাৰ্যালয়, ষ্টেট বেংক, গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যলয় আৰু ঘাটপাৰ হাইস্কুলত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
Read More News
T & CPrivacy PolicyContact Us