This browser does not support the video element.
বাক্সা: শালবাৰীত কংগ্ৰেছ প্ৰাৰ্থী বুদ্ধদেৱ ফাদাঙাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
Baska, Baksa | Sep 18, 2025
বাক্সা জিলাৰ শালবাৰীত পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বুদ্ধদেৱ ফাদাঙাৰীৰ হৈ আজি আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে বাংলাদেশী ষ্টাইলত কথা কয়। মুখ্যমন্ত্ৰীৰ মুখ আজি ক’লা হৈ গৈছে৷ বিজেপি নেতৃত্বই গম পাই গৈছে তেখেতৰ অহংকাৰী ভ্ৰষ্টাচাৰী শাসনৰ বাবে বিজেপি নিশ্চিতভাবে চৰকাৰৰ পৰা গেপ দিব লাগিব৷ ১০ ডিচেম্বৰত হিমন্ত বিশ্ব গাদীৰ পৰা আঁতৰিব বুলি মন্তব্য কৰে।