Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: ৰাখালডুবী ডাউকীঝাৰ বজাৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, স্কুটি আৰোহী গুৰুতৰভাৱে আহত, আৰক্ষী উপস্থিত

Bongaigaon Part, Bongaigaon | Sep 6, 2025
শনিবাৰে বঙাইগাঁও জিলাৰ ৰাখালডুবী ডাউকীঝাৰ বজাৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। AS-15-AC-4995 নম্বৰৰ যাত্ৰী ভৰ্তি বাছৰ পিছফালে খুন্দা মাৰে AS-15-T-4146 নম্বৰৰ স্কুটি এজনৰ। এই ঘটনাত স্কুটি আৰোহী প্ৰদীপ বৈষ্য গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছত স্থানীয়সকলে আহতজনক  চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনা স্থলীত আৰক্ষীৰ দল উপস্থিতিত হৈ তদন্ত আৰম্ভ কৰে ।
Read More News
T & CPrivacy PolicyContact Us