Download Now Banner

This browser does not support the video element.

আজাৰা: বৰঝাৰ বিমানবন্দৰত উপস্থিত দুই ৰাষ্ট্ৰপতি বঁটা বিজয়ী ।

Azara, Kamrup Metropolitan | Oct 7, 2025
ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰি গুৱাহাটীত উপস্থিত NSS গোটৰ স্বেচ্ছাসেৱকা ডলী চৌধুৰী আৰু  কাৰ্যসূচী বিষয়া ড০ ভূবন চন্দ্ৰ চুতীয়া । গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ NSS গোটৰ স্বেচ্ছাসেৱকা ডলী চৌধুৰী আৰু কাৰ্যসূচী বিষয়া ড০ ভূবন চন্দ্ৰ চুতীয়ালৈ ৰাষ্ট্ৰপতিৰ ‘মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা’ । দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰত দুয়োগৰাকী উপস্থিত হোৱাত উষ্ম আদৰণি
Read More News
T & CPrivacy PolicyContact Us