This browser does not support the video element.
তিনিচুকীয়া: সদৰত কেন্দ্ৰীয় কৰম সন্মিলন ২০২৫ৰ লাইখুঁটা স্থাপন বিধায়ক সঞ্জয় কিশানৰ
Tinsukia, Tinsukia | Aug 25, 2025
সোমবাৰে দুপৰীয়া প্রায় ১ বজাত তিনিচুকীয়া চলিহা নগৰ খেলপথাৰত চতুৰ্দশ বাৰ্ষিক তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনৰ লাইখুটা স্থাপন কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে। অহা ৫আৰু ৬ছেপ্টেম্বৰ ত দুদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে অনুষ্ঠিত হব চতুৰ্দশ বাৰ্ষিক তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলন । অহা ৫ ছেপ্টেম্বৰ তাৰিখে সাংস্কৃতিক পতকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে ।