Install App
bdnews
This browser does not support the video element.
বৰমা ভাগ: হাউলীৰ ভূলুকাবাৰী পাথাৰ গাঁৱত আৰক্ষীয়ে অভিযান চলায় এজন মটৰ চাইকেল চোৰ আটক কৰে
India | Sep 3, 2025
হাউলী আৰক্ষীয়ে অভিযান চলাই আটক কৰা চোৰটো বৰপেটা জিলাৰ দত্তকুছি গাঁওৰ মর্তুজ আলী। দীৰ্ঘদিন ধৰি হাউলী, বৰপেটাৰোড আদি চহৰৰ বিভিন্ন অঞ্চলত চোৰটোৱে সন্ত্ৰাস চলাই আহিছিল । ইপিনে হাউলী আৰক্ষীয়ে ভূলুকাবাৰী পাথাৰ গাৱত অভিযান চলাই AS 15 J 3743 নম্বৰৰ এখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!