Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: বিশিষ্ট চিকিৎসক তথা বিশিষ্ট সাহিত্যিক ডাঃ প্ৰিয়ম্বদা দাসৰ মৃত্যু বৰপেটাৰোডৰ আইএমএ কাৰ্যালয়ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী

India | Aug 21, 2025
বৰপেটাৰোডৰ বিশিষ্ট চিকিৎসক তথা মানব দৰদী খ্যাত প্ৰয়াত ডাঃ দৈত্যাৰী দাসৰ সহধৰ্ম্মিণী তথা বিশিষ্ট সাহিত্যিক ডাঃ প্ৰিয়ম্বদা দাসৰ বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত পৰলোকপ্ৰাপ্তি ঘটে৷ আবেলি প্ৰায় ৩ বজাত তেওঁৰ মৃতদেহ বৰপেটাৰোড আইএমএ কাৰ্যালয়লৈ অনা হয় আৰু তাতে তেওঁক ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জনোৱা হয় ৷ তেখেতৰ আত্মাৰ শান্তি কামনা কৰি আজি বৰপেটাৰোডৰ চিকিৎসক সকলে বিয়লি ৩ বজাৰ পৰা ব্যক্তিগত চেম্বাৰত ৰোগী চোৱা বন্ধ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us