Download Now Banner

This browser does not support the video element.

দুধনৈ: বান্দৰ্শীত ৰাভা হাছং পৰিষদৰ পুঁজিৰে নৱনিৰ্মিত এটি দেৱালৰ শুভ উদ্বোধন কৰা হয়

Dudhnai, Goalpara | Sep 24, 2025
বান্দৰ্শীত ৰাভা হাছং পৰিষদৰ পুঁজিৰে নৱনিৰ্মিত এটি দেৱালৰ শুভ উদ্বোধন কৰা হয় ৷ ৰাভা হাছঙৰ বান্দৰ্শী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দামৰাৰ চিতুকোণা মোৱামাৰী গাৱত ৰাভা হাছং পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ৭ লক্ষাধিক পুঁজিৰে ব্যয় সাপেক্ষে নিৰ্মিত স্বাস্থ্য উপ-কেন্দ্ৰৰ পকীবেৰ সহ লোৰ গেটৰ ফিটা কাটি আনুষ্ঠানিক ভাৱে মকুলি কৰে বান্দৰ্শী পৰিষদীয় সমষ্টি তথা ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্যা দিবানিঠা মাৰাকে ৷
Read More News
T & CPrivacy PolicyContact Us