Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: জুবিনৰ বাবে শোকস্তব্ধ উত্তৰ গুৱাহাটীবাসী, উত্তৰ গুৱাহাটীত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে, উলিয়াই বাইক ৰেলী
North Guwahati Part, Kamrup | Sep 20, 2025
জুবিনৰ বাবে শোকত ভাগি পৰিছে উত্তৰ গুৱাহাটীবাসী। কেতিয়াও কাহানিও মানি লব নোৱাৰা খৱৰটোৱে সকলোকে কন্দুৱালে । শনিবাৰে সমগ্র উত্তৰ গুৱাহাটীতে ব্যৱসায় সকলে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰি ৰাখিছে। বিদেহি আত্মাৰ সদগতি কামনা কৰি বিভিন্ন জনে ৰেলি কৰাও পৰিলক্ষিত হ'ল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!