This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে লেঙেৰীবৰী পৰা ড্ৰাগছ আৰু চোকা অস্ত্ৰ সহ সহ কৰায়ত্ত কৰিছে এটা ড্ৰাগছ সৰ্বৰাহকাৰী
Marigaon, Morigaon | Aug 21, 2025
মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে অভিযান চলাই মৈৰাবাৰী লেঙেৰীবৰী পৰা ড্ৰাগছ সহ ফুৰকান আলী নামৰ ড্ৰাগছ সৰ্বৰাহকাৰীটো কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযানৰ সময়ত ফুৰকান আলীৰ জিম্মাৰ পৰা ২৭ ড্ৰাগছ ভৰ্তি কণ্টেনাৰত কণ্টেনাৰ সহ ৬৮.১৫ গ্ৰাম ড্ৰাগছ, চাৰিটা মোবাইল আৰু কেইবা খনো অস্ত্ৰ জব্দ কৰিছে আৰু এই অস্ত্ৰ সমূহ চুৰি ডকাইতিত ব্যৱহাৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে ড্ৰাগছ সৰ্বৰাহকাৰীটো মৈৰাবাৰী আৰক্ষীক গতাই দিছে।