Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ বেলতলাৰ পলিটেকনিকত ২১ মাহে দৰমহাৰ পৰা বঞ্চিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ

Balijana, Goalpara | Sep 1, 2025
চহৰৰ বেলতলাৰ পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদ।২১ মাহে দৰমহাৰ পৰা বঞ্চিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মাজত হাহাকাৰ। গুৰুত্ব নাই অধ্যক্ষৰ, গুৰুত্ব নাই চৰকাৰৰ। সেয়ে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি আৰম্ভ কৰিছে। চৰকাৰে দৰমহা মোকোলাই নিদিয়া পৰ্যন্ত এই কৰ্মবিৰতি চলাই যাব বুলি উল্লেখ কৰে কৰ্মচাৰী সকলে। তেওঁলোকে বিগত ২১ মাহে দৰমহা নোপোৱাৰ ফলত পৰিয়ালত হাহ নচৰা অৱস্থা হৈছে।এই সন্দৰ্ভত অধ্যক্ষক বাৰে বাৰে অবগত কৰোৱাৰ পিছতো কোনো সুফল পোৱা নাই।
Read More News
T & CPrivacy PolicyContact Us