Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: বঙাইগাঁৱত সংঘটিত ঘৰ্ষণকাণ্ডৰ ঘটনা সন্দৰ্ভত  চহৰত পৰিয়ালৰ লোকৰ মন্তব্য, দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়

Bongaigaon Part, Bongaigaon | Aug 31, 2025
বৃহস্পতিবাৰে নিশা বঙাইগাঁৱত ঘৰ্ষণকাণ্ডৰ ঘটনা পোহৰ লৈ অহা পিছত উক্ত ঘটনা লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। উক্ত ঘটনা সন্দৰ্ভত দেওবাৰে চহৰস্থিত বঙাইগাঁও সদৰ থানাৰ সন্মূখত পৰিয়ালৰ লোকে  জিলা প্ৰশাসন আৰু আৰক্ষীক উক্ত ঘটনা লগত জৰিত দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ।
Read More News
T & CPrivacy PolicyContact Us