This browser does not support the video element.
ধুবুৰী ভাগ: অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জত আৰক্ষীৰ অভিযান,অভিযানত নিচাযুক্ত টেবলেট সহ আটক কৰিলে এজন
Dhubri Part, Dhubri | Sep 10, 2025
প্ৰাপ্ত তথ্য মতে এক গোপন সুত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে বৰুনডাঙা আপৰাৰ পাৰত অভিযান চলাই মিজানুৰ ৰহমান ওৰফে মৃদুল নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। পিছত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মিজানুৰ ৰহমান ওৰফে মৃদুলৰ পৰা ২৮ টাকৈ পাইভন স্পাচ প্লাচ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। ধৃত মিজানুৰ ৰহমান ওৰফ