Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁও ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত অত্যাধুনিক বিভাগীয় কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদ জয়ন্ত বসুমতাৰীয়ে
India | Aug 26, 2025
আজি চিৰাং জিলাৰ কাজলগাঁও ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত অত্যাধুনিক বিভাগীয় কোঠা আৰু মহাবিদ্যালয়ৰ কেম্পাছ উন্নতিকৰণৰ বাবে আধাৰশিলা স্থাপন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ,আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত সাংসদ গৰাকীৰ সৈতে দলীয় কাৰ্য কৰ্তা সহ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!