This browser does not support the video element.
বঙাইগাঁও ভাগ: PM-ৰ মাতৃক অশালীন শব্দ প্ৰয়োগেৰে ৰাহুল গান্ধীয়ে সমগ্ৰ মাতৃ সমাজক অপমানৰ কৰাৰ বিৰুদ্ধে দেউৰীপাৰাত বিজেপিৰ প্ৰতিবাদ
Bongaigaon Part, Bongaigaon | Sep 1, 2025
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ মাতৃক অশালীন শব্দ প্ৰয়োগেৰে ৰাহুল গান্ধীয়ে সমগ্ৰ মাতৃ সমাজক কৰা অপমানৰ বিৰুদ্ধে সোমবাৰে বঙাইগাঁও জিলা বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত কেএচিৰ উপাধ্যক্ষ তথা জ্যেষ্ঠ বিজেপি নেতা সুকেন ৰায়, জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায় লগতে বিজেপি জিলা সমিতিৰ বিষয়ববিয়া সকলে অংশগ্ৰহন কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ে কয় যে ৰাহুল গান্ধীয়ে মাতৃ সমাজক অপমান কৰিছে।