Download Now Banner

This browser does not support the video element.

মৰঙী: ছয় জনগোষ্ঠী জনজাতি কৰণৰ সন্দৰ্ভত গোলাঘাট ৰঙাজানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ মন্তব্য

Morangi, Golaghat | Sep 8, 2025
ছয় জনগোষ্ঠী জনজাতি কৰণৰ সন্দৰ্ভত গোলাঘাট ৰঙাজান্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ সোমবাৰে বিয়লি প্ৰায় ৪ বজাত বিস্ফোৰক মন্তব্য l বিধায়ক অখিল গগৈয়ে ছয় জনগোষ্ঠীৰ নেতাসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ বিধায়ক অখিল গগৈয়ে একাংশ সংগঠন বুলিহে কৈছিল,সকলো ক্ষেত্ৰত কোৱা নাই বুলি মন্তব্য কৃষক নেতা বিদ্যুত শইকীয়াৰ।
Read More News
T & CPrivacy PolicyContact Us