This browser does not support the video element.
বৰপেটা: ভূপেন হাজৰিকাৰ গানেৰে মুখৰিত হ'ল চহৰখনৰ ৰাজপথ, জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ অংশগ্ৰহণ
Barpeta, Barpeta | Sep 8, 2025
মাজনিশা ড০ ভূপেন হাজৰিকাৰ গানেৰে মুখৰিত হ'ল বৰপেটাৰ ৰাজপথ ।ৰংঘৰ বৰপেটাৰ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নিশা ১২ বজাত সুধাকন্ঠৰ গীতেৰে মুখৰিত সত্ৰনগৰী বৰপেটাৰ পাঁচ আলি চ'কৰ ৰাজপথ ড০ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী উপলক্ষে 'ৰংঘৰ বৰপেটা'ৰ উদ্যোগত অনুষ্ঠিত হয় হয় এনিশা ভূপেনদাৰ গানেৰে শীৰ্ষক গীত আৰু নৃত্যৰ অনুষ্ঠান ।বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে সুধাকন্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচী মুকলি কৰে