This browser does not support the video element.
সৰুপথাৰ: সৰুপথাৰ ৰংঘৰৰ প্ৰেক্ষাগৃহত আত্মসহায়ক গোটৰ জিলা পৰ্যায়ৰ ঋণ মেলা অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক বিশ্বজিত ফুকনৰ
Sarupathar, Golaghat | Sep 11, 2025
সৰুপথাৰ ৰংঘৰৰ প্ৰেক্ষাগৃহত দক্ষিণ উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত এখনি আত্মসহায়ক গোটৰ জিলা পৰ্যায়ৰ ঋণ মেলা অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক বিশ্বজিত ফুকনৰ l বৃহস্পতি বাৰে বিয়লি প্ৰায় ৪ বজাত সৰুপথাৰৰ আত্মসহায়ক গোট সমূহক সাত কোটিতকৈ অধিক টকাৰ ঋণ প্ৰদান কৰা হ'য়। আত্মসহায়ক গোটৰ সদস্যা সকলে বেংক ঋণৰ দ্বাৰা লাভ কৰা পুঁজিৰে জীৱিকা উত্তৰণৰ বাবে এক পৰিকল্পিত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে অৰ্থনৈতিক বিকাশৰ সৱল হব বুলি মন্তব্য বিধায়ক বিশ্বজিত ফুকনৰ।