Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: ৰুনিখাতাত ড° ছাংগ্ৰাম ব্ৰহ্মৰ সংবাদ মেল ইউপিপিএল দল ত্যাগ নিৰ্দলীয় প্ৰতিদন্দিতা কৰাৰ কথা ঘোষণা

India | Aug 31, 2025
ইউপিপিএল দলৰ চুৰান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ আগতেই দলৰ ভিতৰচৰাত আৰম্ভ হৈছে বিদ্ৰোহৰ উকমুকনি ,দলীয় সমৰ্থক সকলক লৈ ড° ছাংগ্ৰাম ব্ৰহ্মই সংবাদ মেল সম্বোধন কৰে,সংবাদ মেলত ইউপিপিএল দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে । দলীয় সমৰ্থক সকলক লৈ নিৰ্দলীয় ভাৱে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদন্দিতা কৰাৰ কথা ঘোষনা কৰে ব্ৰহ্মই।
Read More News
T & CPrivacy PolicyContact Us