Download Now Banner

This browser does not support the video element.

নগাঁও: বেছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত ছয় জনকৈ লোক,এখন বলে'ৰু বাহনৰ অতপালিৰ বাবেই সংঘটিত হয় দুর্ঘটনাটো

Nagaon, Nagaon | Sep 11, 2025
ধিঙৰ বেছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত ছয় জনকৈ লোক ।এখন বলে'ৰু বাহনৰ অতপালিৰ বাবেই AS 21 AC 5376 নম্বৰৰ বেটাৰি চালিত বাহন আৰু AS 02 W 2485 নম্বৰৰ মটৰচাইকেলৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।ধিঙৰ বেছামাৰিৰ গড়কাপ্তানী পথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত কলেজীয়া ছাত্ৰী, নাৱালক আৰু বৃদ্ধ সহ ছজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ।ইয়াৰে তিনি জনৰ অৱস্থা সংকটজনক ।স্থানীয় ৰাইজৰ সহযোগত লগে লগে আহত সকলোকে ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় ।
Read More News
T & CPrivacy PolicyContact Us