Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন জিলা সমিতিৰ উদ্যোগত ৭২ ঘণ্টীয়া অৱস্থান ধর্মঘট

Tinsukia, Tinsukia | Sep 5, 2025
শুকুৰবাৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়ৰ সন্মুখত ৭২ ঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । আজিৰ পৰা অৰ্থাৎ ৫ ছেপ্তেম্বৰৰ পৰা ৮ ছেপ্তেম্বৰ, ২০২৫ তাৰিখলৈকে কেইবাটাও দাবীৰে এই ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী যেনে মটক জনজাতিক অতিশীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যাদা আৰু পূৰ্ণ স্বায়ত্বশাসন প্রদান আদি কেইবাটাও কাৰ্যসূচী পালন কৰিছে ।
Read More News
T & CPrivacy PolicyContact Us