Install App
dayal5070
This browser does not support the video element.
দক্ষিণ শালমাৰা: ফকিৰগঞ্জ আইৰকাটা জিলা পৰিষদৰ নৱ নিৰ্বাচিত AIUDF দলৰ প্ৰাৰ্থী ৰেজিনা বেগমক প্ৰায় ৫ হাজাৰ ৰাইজে আদৰণী জনায় ফকিৰগঞ্জত
South Salmara, South Salmara-Mankachar | May 13, 2025
মঙ্গলবাৰে আবেলি ৫ বজাত ফকিৰগঞ্জ আইৰকাটা জিলা পৰিষদৰ নৱ নিৰ্বাচিত AIUDF দলৰ প্ৰাৰ্থী ৰেজিনা বেগমক প্ৰায় ৫ হাজাৰ ৰাইজে আদৰণী জনায়।ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত ৭ নং ফকিৰগঞ্জ আইৰকাটা জিলা পৰিষদৰ সদস্যা হিচাপে ১০ হাজাৰৰ অধিক ভোটত জয় লাভ কৰে ৰেজিনা বেগম আজি ফকিৰগঞ্জ পাৰ ঘাটত প্ৰায় ৫ হাজাৰ ৰাইজে নব নিৰ্বাচিত প্ৰাথী গৰাকীক আদৰনী জনায়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!