Install App
priyanka1162
This browser does not support the video element.
মৰিয়নি: মুৰমুৰীয়া চাহ বাগিচাত বন্যহস্তীৰ উপদ্রৱ । ভাঙিছে ঘৰ , নষ্ট কৰিছে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী #jansamasya
Mariani, Jorhat | Aug 27, 2025
মুৰমুৰীয়া চাহ বাগিচাত বন্যহস্তীৰ উপদ্রৱ । ভাঙিছে ঘৰ , নষ্ট কৰিছে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী ।যোৰহাটৰ মুৰমুৰীয়াত বিগত প্ৰায় পাঁচটা দিনে ভয়ে ভয়ে নিশা কটাবলগীয়া হৈছে ৰাইজে । গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীৰ জাকে উপদ্রৱ চলাইছে মুৰমুৰীয়া চাহ বাগিচাত । চাহ শ্ৰমিকৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰিছে হাতীৰ জাক টোৱে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!