Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি সাদুল্ল্যাবাৰী অঞ্চলত এইচ আই ভি এইডচ ৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰে

Mankachar, South Salmara-Mankachar | Sep 10, 2025
বুধবাৰে আবেলি ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত সাদুল্ল্যাবাৰীত আয়োজন কৰে এইচ আই ভি এইডচ ৰ ওপৰত এক সজাগতা সভা। উল্লেখ্য যে উক্ত সজাগতা সভাৰ জৰিয়তে স্বাস্থ্য কৰ্মী সকলে ৰাইজৰ ঘৰে ঘৰে সোমাই এইচ আই ভি এইডচ ৰ ওপৰত সজাগতা আলোচনা কৰাৰ লগতে এইডচৰ ওপৰত লক্ষণ আৰু কাৰণ সন্দৰ্ভত আলোচনা কৰাৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us