Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: পদ্মশ্ৰী যাদৱ পায়েঙক ডিব্ৰুগড়ৰ এটা অনুষ্ঠানে দিলে টকা নথকা এখন চেক । নিজা বাসগৃহত অপমানিত মনোভাৱেৰে প্ৰতিক্ৰিয়া
Jorhat West, Jorhat | Sep 3, 2025
পদ্মশ্ৰী যাদৱ পায়েঙক ডিব্ৰুগড়ৰ এটা অনুষ্ঠানে দিলে টকা নথকা এখন চেক । নিজা বাসগৃহত অপমানিত মনোভাৱেৰে প্ৰতিক্ৰিয়া । ২৫ জুনত ডিব্ৰুগড়ৰ এটা অনুষ্ঠানে নিমন্ত্ৰণ জনাইছিল পদ্মশ্ৰী যাদৱ পায়েঙক । সেইমতে উপস্থিত হৈছিল । আৰু তেখেতক সন্মান জনোৱাৰ উপৰি এখন চেক দিছিল অনুষ্ঠান টোৱে । কিন্তু চেক খন যেতিয়া মঙ্গলবাৰে বেংকত জমা দিলে তেতিয়া ওলাই পৰিল এই তথ্য।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!