Download Now Banner

This browser does not support the video element.

গোলাঘাট: বিভিন্ন সমস্যাৰ দাবীত কলেজ তিনিআলিৰ সমীপত সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন

Golaghat, Golaghat | Aug 20, 2025
গোলাঘাট কলেজ তিনিআলিৰ সমীপত বুধবাৰে দিনৰ প্ৰায় ১ বজাত জলজীৱনৰ ঠিকাদাৰসকলৰ প্ৰাপ্য ধন অতিশীঘ্ৰে প্ৰদান কৰাৰ লগতে বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত প্ৰতিবাদ l ঠিকাৰ ধন মোকলাই দিয়া,জলজীৱন ঠিকাদাৰসকলৰ নতুন নতুন এচ.অ’.পি বন্ধ কৰাকে ধৰি বিভিন্ন সমস্যাৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ঠিকাদাৰসকলৰ ৷ তেওঁলোকৰ দাবী শীঘ্ৰেই যদি এই ধন মোকলাই নিদিয়ে তেতিয়া তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হোঁৱাৰ কথা উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে।
Read More News
T & CPrivacy PolicyContact Us