Download Now Banner

This browser does not support the video element.

মাটিয়া: মাটিয়া আঞ্চলিক ই ৰিক্সা মালিক আৰু চালক সন্থাৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Matia, Goalpara | Sep 22, 2025
মাটিয়া আঞ্চলিক ই ৰিক্সা মালিক আৰু চালক সন্থাৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সুৰ সম্ৰাট জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শোক স্তব্ধ হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বিভিন্ন দল সংগঠনৰ উদ্যোগত মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ মাটিয়াতো অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।মাটিয়া আঞ্চলিক ই ৰিক্সা মালিক আৰু চালক সন্থাই শিল্পী গৰাকীৰ শেষ বিদায় দিয়ে।
Read More News
T & CPrivacy PolicyContact Us