Install App
harenbora000
This browser does not support the video element.
বিহপুৰীয়া: আজি বিহপুৰীয়াত বিয়লি ৫ বজাত কংগ্ৰেছৰ অন্তিমখন নিব্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়িকা নন্দিতা দাসে ৷
Bihpuria, Lakhimpur | Apr 12, 2024
আজি বিহপুৰীয়াত কংগ্ৰেছৰ নিব্বাচনী প্ৰচাৰ সভাত উপস্থিত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ৷ আগন্তুক লোকসভা নিব্বাচনত ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাথী প্ৰেমলাল গুঞ্জুৰ হৈ প্ৰচাৰ চলায় বিধায়িকা গৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!