This browser does not support the video element.
তিনিচুকীয়া: মাকুমৰ তপলাইনত পুখুৰীত পৰি এজন ৬০ বছৰীয়া বৃদ্ধৰ মৃত্যু
Tinsukia, Tinsukia | Sep 2, 2025
মঙ্গলবাৰে বিয়লি প্ৰায় ৩ মান বজাত মাকুম থানাৰ অন্তৰ্গত তপলাইনত ৬০ বছৰীয়া এজন বৃদ্ধই এটা পুখুৰীত পৰি মৃত্যু হয় । মৃত লোক জনৰ নাম ভদ্ৰ ভূমিজ বুলি জানিব পৰা গৈছে। বৃদ্ধ জনে কেনেকৈ পুখুৰীত পৰি মৃত্যু হবলৈ পালে কাৰণ জানিবলৈ পৰা হোৱা নাই । মৃত্যুৰ সময়ত বৃদ্ধজনে এটা পুত্ৰৰ সহিতে বোৱাৰী ,নাতিনী এৰি থৈ যায়। ঘটনা স্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় ।