Download Now Banner

This browser does not support the video element.

বাক্সা: কুৱেৰী চʼকত জিএছপিৰ উদ্যোগত জ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা অনুষ্ঠান

Baska, Baksa | Aug 23, 2025
বাক্সা জিলাৰ কুৱেৰী চʼকত আজি জিএছপিৰ নিকাছী আঞ্চলিক সমিতিৰ উদ্যোগত জ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত অঞ্চলটোৰ পঞ্চাশ গৰাকী বয়োজ্যষ্ঠ লোকক সম্বৰ্দ্ধনা জনোৱা হয়। এই অনুষ্ঠানত প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া, এমচিএলএ ঘনশ্যাম দাসৰ লগতে দলীয় নেতা কৰ্মী উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us