Download Now Banner

This browser does not support the video element.

নগাঁও: জেঙনী, ২নং বলিকটিয়াত উচ্ছেদ হোৱা মানুহখিনিক পুণৰ সংস্থাপনৰ দাবীৰে নেমছূৰ নগাঁও জিলাৰ আয়ুক্তক স্মাৰক প্ৰদান

Nagaon, Nagaon | Aug 28, 2025
জেঙুনী, ২নং বলিকটিয়াত উচ্ছেদ হোৱা মানউত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নগাঁও জিলা সমিতিয়ে আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক স্মাৰক প্ৰদান।জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বেদখলকাৰীক চৰকাৰী ভূমি খালী কৰিবলৈ আহ্বান জনাইছিল। তাৰ পিছতেই দেখা গৈছিল যে বেদখলকাৰীয়ে নিজে নিজে চৰকাৰী ভূমি খালী কৰি দিছিল।সেই সংক্ৰান্তত আজি নগাঁও জিলাৰ নেমছূৰ বিষয়ববীয়াই জিলা আয়ুক্তক স্মাৰক প্ৰদান কৰে।
Read More News
T & CPrivacy PolicyContact Us