This browser does not support the video element.
শদিয়া: শদিয়াত তাই আহোমৰ জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ ,উত্তপ্ত পৰিস্থিতি
Sadiya, Tinsukia | Sep 4, 2025
বৃহস্পতিবাৰে নিশা প্রায় ৮ বজাত তাই আহোমক জনজাতিকৰণৰ দাবীত শদিয়াত ৰাজপথলৈ উলাই আহিল আহোম জনসাধাৰণ । তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতীকৰণৰ দাবীত শদিয়াৰ বীৰ লাচিত ষ্টেডিয়ামৰ পৰা চাপাখোৱা দৈনিক বজাৰলৈ উলাই আহিল প্ৰতিবাদী লোকসকল । অন্যহাতে আৰক্ষীয়ে প্ৰতিবাদকাৰিক বাধা দিব চেষ্টা কৰোঁতে পৰিস্থিতি যথেষ্ট উত্তপ্ত হয় লগতে আৰক্ষীৰ লগত হতাহতিৰ পৰিস্থিতি সৃষ্টি হয় ।