This browser does not support the video element.
মঙলদৈ ভাগ: এফ আৰ এছ পদ্ধতি বাতিলৰ দাবীত অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ক'লা বেজ পৰিধান কৰি মঙলদৈত উত্তাল প্ৰতিবাদ
Mangaldoi Part, Darrang | Aug 21, 2025
মঙলদৈৰ সমাজ কল্যাণ বিভাগ কাৰ্যালয় সন্মুখত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা,দৰং জিলা সমিতিৰ ক'লা বেজ পৰিধান কৰি উত্তাল প্ৰতিবাদ ।কেন্দ্ৰীয় চৰকাৰে এফ আৰ এছ পদ্ধতি ব্যৱহাৰেৰে ICDS ৰ হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি দাবী জনায় সন্থাটোৱে ।সন্থাটোৱে এফ আৰ এছ প্ৰক্ৰিয়া বন্ধ কৰি কৰ্মী সহায়িকাক সহজে কাম কৰাত সুবিধা কৰাৰ দাবীৰে এক স্মাৰক পত্ৰ দৰং জিলা সমাজ কল্যাণ বিভাগৰ জৰিয়তে দৰং জিলা আয়ুক্ত লৈ প্ৰেৰণ কৰে ।