Download Now Banner

This browser does not support the video element.

নগাঁও: প্ৰসংগ:গুৰুজনাৰ জন্মস্থান বিতৰ্ক,আদালতৰ ৰায়ত দুখ প্ৰকাশ বটদ্ৰৱাত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱ গোস্বামীৰ

Nagaon, Nagaon | Aug 28, 2025
প্ৰসংগ:গুৰুজনাৰ জন্মস্থান বিতৰ্ক,আদালতৰ ৰায়ত দুখ প্ৰকাশ, বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱ গোস্বামীৰ। উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান সন্দৰ্ভত কিছুবছৰ ধৰি বটদ্ৰৱা থান আৰু মৈৰাবাৰীৰ পাটেকীবড়ি নামৰ ঠাই দুখনৰ মাজত বিতৰ্কৰ সূত্ৰপাত ঘটিছিল।কংগ্ৰেছ চৰকাৰৰ দিনত পুঁজি আবন্টনক লৈ আৰম্ভ হৈছিল গুৰুজনাৰ জন্মস্থানক লৈ বিতৰ্ক ।
Read More News
T & CPrivacy PolicyContact Us